अर्थ : নাৰীয়ে ককালত মেৰিয়াই পিন্ধা ঘূৰণীয়া আৰু ভাঁজ দিয়া সাজ
उदाहरण :
ঘাঘৰাই ককালৰ পৰা গোৰোহালৈকে ঢাকি ৰাখে
पर्यायवाची : ঘাগৰা
अर्थ : ঘাগৰা, পায়জামা আদি বান্ধিবৰ কাৰণে সূতাৰে বনাই লোৱা এক ধৰণৰ ৰছী
उदाहरण :
ঘাঘড়াত গাঁঠিলগাৰ কাৰণে তাক কাটিবলগীয়া হʼল
पर्यायवाची : কমৰবান্ধনি, ঘাঘড়া