पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঘূৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঘূৰা   ক্ৰিয়া

अर्थ : কোনো ঠাইত কৰা ঘূৰা-ফুৰা

उदाहरण : আমি গোৱাও ভ্রমণ কৰিছোঁ

पर्यायवाची : ফুৰা, ভ্রমণ কৰা

अर्थ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

उदाहरण : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

पर्यायवाची : দৌৰা, লৰা-ঢপৰা কৰা

अर्थ : দিশ পৰিব্্র্তন ্ কৰা

उदाहरण : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

पर्यायवाची : ঘূৰি যোৱা, পকা, পাক দিয়া, মূৰ লোৱা

अर्थ : পিছৰফাললৈ ঘূৰা

उदाहरण : ৰামৰ মাত শুনি শ্যামে উভতি চালে

पर्यायवाची : উভতি চোৱা, ঘূৰি চোৱা

अर्थ : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য

उदाहरण : পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে

अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

उदाहरण :

पर्यायवाची : ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

चौपाल