सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : প্রবৃত্ত কৰা
उदाहरण : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
पर्यायवाची : ঘূৰোৱা
अर्थ : যিয়ে দিয়াজনক পুনৰাই দিছে
उदाहरण : ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ
पर्यायवाची : পৰিশোধ কৰা
अर्थ : ওলোটাই দিয়া
उदाहरण : দোকানীয়ে ঘূৰাই দিয়া সামগ্রী ৰাখিবলৈ অস্বীকাৰ কৰিলে
पर्यायवाची : ফিৰোৱা
इंस्टॉल करें