पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঘূৰোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঘূৰোৱা   ক্ৰিয়া

अर्थ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

उदाहरण : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

पर्यायवाची : জপোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা

अर्थ : প্রবৃত্ত কৰা

उदाहरण : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে

पर्यायवाची : ঘূৰাই দিয়া

अर्थ : চাৰিওফালে ফুৰা

उदाहरण : বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে

अर्थ : দিশ পৰি্বর্তন ্কৰা

उदाहरण : পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে

अर्थ : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য

उदाहरण : গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা

पर्यायवाची : ফুৰোৱা

अर्थ : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য

उदाहरण : তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে

अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

उदाहरण :

पर्यायवाची : ঘূৰা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

अर्थ : বতাহত ইফালে-সিফালে হালি থকা

उदाहरण : প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে

चौपाल