पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ঘেৰাও शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ঘেৰাও   বিশেষ্য

अर्थ : শত্রুৰ সেনা অথবা যুদ্ধৰ সময়ত কিলা ঘেৰি লোৱা কার্য

उदाहरण : চুলতানে তৎক্ষণাত ঘেৰাও উঠাই লʼবলৈ কʼলে

अर्थ : কাৰোবাক চাৰিওফালৰ পৰা ঘেৰি লোৱা কার্য

उदाहरण : শত্রু সেনাই কিলাটো ঘেৰাও কৰিলে

अर्थ : কোনো বিষয়াৰ পৰা নিজৰ কথা বা কোনো বিষয়ে সন্মত কৰাৰ কাৰণে কর্ম্্চাৰী, বিদ্যার্থী আদিৰ দ্বাৰা তেওঁক বেৰি ধৰা কার্য

उदाहरण : নিজৰ সমস্যাবোৰ লৈ ছাত্রসকলে প্রধান শিক্ষকক ঘেৰাও কৰিলে

पर्यायवाची : ঘেৰাৱ

चौपाल