अर्थ : ঘুঁচিয়াই বা হাতৰ মুঠিৰে কৰা প্রহাৰ
उदाहरण :
কেতিয়াবা কেতিয়াবা ঘোঁচাৰ আঘাততো প্রাণহানি হʼব পাৰে
अर्थ : কাৰোবাক মৰাৰ কাৰণে বান্ধি লোৱা মুঠি
उदाहरण :
মোহনে সোহনক ঘোঁচাৰে প্রহাৰ কৰিলে
पर्यायवाची : ঘোচা