अर्थ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
उदाहरण :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
पर्यायवाची : চাক
अर्थ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
उदाहरण :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
पर्यायवाची : চক্র