अर्थ : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে
उदाहरण :
আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল
पर्यायवाची : পহৰা চকী
अर्थ : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়
उदाहरण :
যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল
पर्यायवाची : ডাক-চকী
अर्थ : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে
उदाहरण :
আমি চকীত দুশটকা দিবলগীয়া হʼল
पर्यायवाची : উপশুল্ক সংগ্রহ চকী
अर्थ : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন
उदाहरण :
দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে
पर्यायवाची : মাচিয়া