अर्थ : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী
उदाहरण :
তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে
पर्यायवाची : বৃত্ত
अर्थ : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়
उदाहरण :
এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে
अर्थ : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা
उदाहरण :
মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল
अर्थ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
उदाहरण :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
पर्यायवाची : চকা