अर्थ : এজোপা গছৰ মিহি আৰু দীঘলীয়া ফল, যাক তৰকাৰী হিচাপে খোৱা হয়
उदाहरण :
মায়ে চজিনাৰ তৰকাৰী ৰান্ধিছে
अर्थ : তৰকাৰী হিচাপে খোৱা মিহি দীঘলীয়া ফলৰ এবিধ গছ
उदाहरण :
শ্যামে চজিনা গছৰ পৰা চজিনা চিঙিছে
पर्यायवाची : চজিনা গছ