सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
उदाहरण : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
पर्यायवाची : অবাক, আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, বিচূর্ত্তি, বিস্ময়
अर्थ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
उदाहरण : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
पर्यायवाची : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমৎকাৰ, তবধ, বিস্ময়
अर्थ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
उदाहरण : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
पर्यायवाची : আভা, উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
इंस्टॉल करें