अर्थ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
उदाहरण :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
पर्यायवाची : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
अर्थ : কোনো কাম আদিৰ দায়িত্ব লোৱা
उदाहरण :
নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
अर्थ : ৰোধ কৰি বশত অনা
उदाहरण :
দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
अर्थ : কোনো মনোবেগক বাধা দিয়া
उदाहरण :
জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
अर्थ : কোনো বস্তু ভালে আছে নে নাই চোৱা
उदाहरण :
নিজৰ কাপোৰ চম্ভালা