सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
उदाहरण : চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
पर्यायवाची : ইন্দ্র-জাল, ইন্দ্রজাল, মায়া জাল, মায়া-জাল, যাদু
अर्थ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
उदाहरण : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
पर्यायवाची : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমক, তবধ, বিস্ময়
इंस्टॉल करें