पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চর্ম शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চর্ম   বিশেষ্য

अर्थ : জীৱ-জন্তুৰ শৰীৰত পোৱা নোমযুক্ত আৱৰণ

उदाहरण : চর্মৰ ব্যৱহাৰ কাপোৰ, টুপী, কোট আদি বনোৱাত ব্যৱহাৰ কৰা হয়

पर्यायवाची : ্চামৰা, ্নোমাল ছাল, ৰোমশশ্চর্ম

अर्थ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???

उदाहरण : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত

पर्यायवाची : ছাল, ত্বক ্ চাম

अर्थ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়

उदाहरण : তেওঁ ্ চামৰাৰ কাম কৰে

पर्यायवाची : চামৰা, ছাল, ্ লেডাৰ

চর্ম   বিশেষণ

अर्थ : যিটো ছালৰ সৈতে সম্বন্ধিত

उदाहरण : তেওঁ এজন চর্মৰোগ বিশেষজ্ঞ

पर्यायवाची : ্ছাল

चौपाल