पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চলা   ক্ৰিয়া

अर्थ : গতিত থকা

उदाहरण : গাঁৱত এতিয়াও ৰামায়ণ পাঠ চলি আছে

पर्यायवाची : অব্যাহত থকা

अर्थ : আচৰণ বা ব্যৱহাৰ আদিত প্রয়োগ কৰিবৰ কাৰণে কৰা আশানুৰূপ কাম

उदाहरण : মোৰ দহ-বছৰ পুৰণি গাড়ীখন আজিও চলি আছে

पर्यायवाची : কাম কৰা, চলি থকা

अर्थ : ভালদৰে কাম চলাব পৰাৰ যোগ্য হোৱা

उदाहरण : তেওঁৰ ব্যৱসায় চলি আছে

पर्यायवाची : চলি থকা

अर्थ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা

उदाहरण : আজি বাৱতৰ বস্তিত লাঠী চলিল

अर्थ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়

उदाहरण : তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে

पर्यायवाची : চালি লোৱা

अर्थ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা

उदाहरण : এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব

अर्थ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা

उदाहरण : চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে

अर्थ : কোনো বস্তু আদিৰ প্রচলনত অহা

उदाहरण : টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল

पर्यायवाची : প্রচলিত হোৱা

अर्थ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া

उदाहरण : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে

पर्यायवाची : টিকা

अर्थ : প্রভুত্ব বিস্তাৰ কৰা কার্য

उदाहरण : গাঁৱত তেওঁৰ বহুত চলে

चौपाल