सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ কোনো গুণ আছে বা কোনো বিষয়ত দক্ষতা আছে
उदाहरण : মহাপুৰুষসকল ব্যক্তিত্বত চহকী
अर्थ : যিজন ধন-সম্পত্তিৰে সমৃদ্ধিশালী
उदाहरण : তেওঁ এজন ধনী ব্যক্তি চহকী লোকৰ স্বভাৱ ফলদায়ক গছৰ দৰে হʼব লাগে
पर्यायवाची : দৌলতদাৰ, ধনন্তী, ধনী, ধনৱান, বিত্তশালী, বিত্তৱান
इंस्टॉल करें