सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য
उदाहरण : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে
पर्यायवाची : নামাংকন, নামাঙ্কন, স্বাক্ষৰ
अर्थ : কোনো লেখা আদিক প্রমাণিত কৰিবৰ কাৰণে বা তাৰ উত্তৰ দায়িত্বৰ স্বীকৃতি স্বৰূপে নিজ হাতেৰে লিখা নিজৰ নাম
उदाहरण : মোৰ প্রধান শিক্ষকৰ পৰা চৰিত্রৰ প্রমাণ পত্রত চহী কৰাবলৈ আছে
पर्यायवाची : হস্তাক্ষৰ
इंस्टॉल करें