अर्थ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
उदाहरण :
এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
पर्यायवाची : চকা
अर्थ : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
उदाहरण :
কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে