सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ফোহা, ৰোগাক্রান্ত অংগ আদি কটা-ছিঙা বা ভগা হাড় আদি জোৰা লগাবলৈ বা ওলাই অহা হাড় আদি বহুৱাবলৈ কৰা কাম
उदाहरण : চিকিৎসকে ৰামুৰ নাতিয়েকক অপাৰেচন কৰিলে
पर्यायवाची : অপাৰেচন কৰা, শল্য চিকিৎসা কৰা, শল্যচিকিৎসা কৰা
इंस्टॉल करें