पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চাল-চলন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চাল-চলন   বিশেষ্য

अर्थ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা

उदाहरण : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে

पर्यायवाची : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ

अर्थ : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ

उदाहरण : আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত

पर्यायवाची : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ

अर्थ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ

उदाहरण : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে

पर्यायवाची : ধৰণ-কৰণ

अर्थ : নাৰীৰ আব-হাৱা

उदाहरण : তেওঁ নি্র্মল গুণৰ অধিকাৰিণী

पर्यायवाची : গুণৰ অধিকাৰিণী, চালচলন, চৰিত্র

अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

उदाहरण : তেওঁৰ ব্যৱহাৰ ভাল নহয়

पर्यायवाची : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

उदाहरण : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

पर्यायवाची : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র

चौपाल