अर्थ : ঠগ-প্রবঞ্চনা কৰি বস্তু লোৱা কার্য:তেওঁ ্ মানুহক বৰকৈ ঠগে
उदाहरण :
पर्यायवाची : চতুৰালি কৰা, ঠগন দিয়া, ঠগা, প্রবঞ্চনা কৰা
अर्थ : মিছা কথা বা ব্যৱহাৰেৰে কাৰোবাৰ মনত ভ্রম ওপজোৱা কার্য
उदाहरण :
চোৰটোৱে পলাবৰ কাৰণে পুলিচজনক আভুৱা ভাৰিলে
पर्यायवाची : আভুৱা ভৰা