सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
उदाहरण : এইখন বিয়াৰ ৰভা
पर्यायवाची : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা
अर्थ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
उदाहरण : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
पर्यायवाची : চাল
अर्थ : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি
उदाहरण : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে
पर्यायवाची : সৰ
इंस्टॉल करें