अर्थ : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
उदाहरण :
আজি মই ভাল চিকাৰ ফান্দত পেলালো
अर्थ : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
उदाहरण :
চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
अर्थ : বনৰীয়া পশু-পক্ষীক মৰা কার্য
उदाहरण :
প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
पर्यायवाची : মৃগয়া