सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চিকাৰ কৰা ব্যক্তি
उदाहरण : চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
पर्यायवाची : ব্যাধ
अर्थ : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
उदाहरण : তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
अर्थ : চিকাৰ কৰোঁতা
उदाहरण : ঈগল এবিধ চিকাৰী চৰাই
इंस्टॉल करें