सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
उदाहरण : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
पर्यायवाची : উগুল-থুগুল, খুদুৱনি, চিন্তা, ভাবনা, ভাবনি, ভাৱনা
अर्थ : যাৰ ওপৰত বিচাৰ হৈছে
उदाहरण : এই বিষয়টো আমাৰ দ্বাৰা বিবেচিত হৈছে যেতিয়া ইয়াৰ ওপৰত দুনাই বিচাৰ কৰাৰ প্রয়োজন নাই
पर्यायवाची : বিচাৰল্্ব্ধ, বিবেচিত, সুবিবেচিত
इंस्टॉल करें