सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সদায় থাকোতা
उदाहरण : ঈশ্বৰ শাশ্বত
पर्यायवाची : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰস্থায়ী, ধ্রুৱ, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
अर्थ : যিজনে মৃত্যুক জয় কৰিছে বা যিজন কেতিয়াও মৰা নাই:অমৃত পান কৰিলে জীৱ অমৰ হয় বুলি পৌৰাণিক আখ্যানত আছে
उदाहरण :
पर्यायवाची : অছেদ-অভেদ, অজৰ, অজৰ-অমৰ, অমৰ, চিৰকালীন, চিৰস্থায়ী, চিৰায়ত, চিৰায়মান, নজহা-নপমা, শ্বাশ্বত
इंस्टॉल करें