पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চিৰি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চিৰি   বিশেষ্য

अर्थ : এঠাইৰ পৰা আন এঠাইলৈ, বিশেষকৈ তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যাবলৈ স্তৰ থকা পথ

उदाहरण : চোৰে চাদত উঠিবলৈ বাঁহৰ খটখটিৰ প্রয়োগ কৰিছিল

पर्यायवाची : খটখটি

अर्थ : তাচৰ চাৰিটা প্ৰকাৰৰ মাজত এক ধৰণৰ বিশেষ ভাগ যʼত একেলগে কʼলা ৰঙৰ তিনিটা পাত লগ লাগি থাকে

उदाहरण : তেওঁ চিৰিতনৰ চাল খেলিছে

पर्यायवाची : চিৰিতন

अर्थ : এখনৰ পিছত সিখন ভৰি দি ওখ স্থানত উঠা-নমা কৰিবলৈ কৰা এক ব্যৱস্থা

उदाहरण : পকী ঘৰৰ চাদৰ ওপৰত উঠিবলৈ খট-খটি বনোৱা হয়

पर्यायवाची : খট-খটি

चौपाल