अर्थ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী
उदाहरण :
চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে
पर्यायवाची : চুঙি, জুই ফুকা চুঙা
अर्थ : নলৰ আকাৰৰ কোনো বস্তু
उदाहरण :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
पर्यायवाची : নলিচা