पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চুপ-চাপ থকা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চুপ-চাপ থকা   ক্ৰিয়া

अर्थ : কোনো প্রশ্নৰ উত্তৰ দিব নোৱাৰা অৱস্থা বা পৰিস্থিতি হোৱা

उदाहरण : ভালদৰে প্রস্তুতি নোহোৱা কাৰণে তেওঁ ্ সাক্ষাৎকাৰত নিৰুত্তৰ হৈ থাকিবলগীয়া হʼল

पर्यायवाची : উঁ-আঁ কৰিব নোৱাৰা, উত্তৰ দিব নোৱাৰা, নিৰুত্তৰ হোৱা, মনে মনে থাকিব লগা, মাত দিব নোৱাৰা, মাত বন্ধ হোৱা

अर्थ : কথা নোকোৱা বা কথা নপতা

उदाहरण : কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল

पर्यायवाची : অমাত হোৱা, চুপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মনে মনে থকা, মূক হোৱা, মৌন হোৱা

चौपाल