अर्थ : আনৰ বস্তু মনে মনে লোৱা কার্য ্ বা ভাৱ
उदाहरण :
ৰামুৱে চুৰ কৰি থাকোঁতে ধৰা পৰিল
पर्यायवाची : কুম্ভিলকবৃত্তি, চুৰ, চুৰতাৰি, চুৰি-চাপাচি, চৌর্য, চৌর্যবৃত্তি, তস্কৰবৃত্তি
अर्थ : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
उदाहरण :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
पर्यायवाची : ডকাইতি