अर्थ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে
उदाहरण :
ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে
अर्थ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে
उदाहरण :
সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে
पर्यायवाची : ধনাদেশ
अर्थ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়
उदाहरण :
মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ
पर्यायवाची : কিস্তিমাত
अर्थ : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা
उदाहरण :
দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে
पर्यायवाची : চেকভাষা
अर्थ : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ
उदाहरण :
চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল