अर्थ : জোতাৰ সলনি পিন্ধা চামৰা, ৰবৰ, প্লাষ্টিক আদিৰ পটি লগোৱা আৰু গোৰোহা ওলাই থকা এবিধ সামগ্রী
उदाहरण :
মোৰ চেণ্ডেলযোৰ চিগিল
पर्यायवाची : চপ্পল
अर्थ : এক প্রকাৰৰ গোৰোহাত পৰিধান কৰা ফিটা লগোৱা চপ্পল বিশেষ
उदाहरण :
বৰষুণৰ দিনত মহেশে প্লাষ্টিকৰ চেণ্ডেল পিন্ধে