पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চেপা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চেপা   ক্ৰিয়া

अर्थ : গধুৰ বস্তুৰ তলত অহা

उदाहरण : শিলে লʼৰাটোৰ হাতখন চেপিলে

अर्थ : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য

उदाहरण : মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে

अर्थ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

उदाहरण : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

पर्यायवाची : চেপি ধৰা

अर्थ : গাড়ী আদিৰ তলত পৰি মৰি যোৱা

उदाहरण : কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে

अर्थ : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য

उदाहरण : তেওঁ ্ চাদৰখন চেপিছে

पर्यायवाची : আটি দিয়া

চেপা   বিশেষণ

अर्थ : হেঁ্চা মাৰি চেপি বা আঁটি থোৱা

उदाहरण : ৰঞ্জনাই চেপা কাপোৰখিনি শুকুৱাই আছে

अर्थ : দীঘ আৰু প্রস্থত কম

उदाहरण : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

पर्यायवाची : ঠেক, সৰু

चौपाल