सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বহুত কথা কʼব পৰাজন
उदाहरण : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
पर्यायवाची : অতিভাষী, কথকী, কথামাত্রসাৰ, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
अर्थ : পাগলৰ নিচিনাকৈ অনর্থক ্ কথা কওঁ্তা ্ বা প্রলাপ বকোঁতা
उदाहरण : তেওঁৰ ্ কথাত নধৰিবা, তেওঁ এজন চেলেপু লোক
पर्यायवाची : অতিবক্তা, অতিভাষী, কথা-চহকী, চালপেনীয়া, চেলবেলীয়া, বহুবল্কী
इंस्टॉल करें