पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চোৱা   ক্ৰিয়া

अर्थ : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা

उदाहरण : শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল

पर्यायवाची : চাই থকা

अर्थ : নিৰীক্ষণ কৰা

उदाहरण : মই এই যন্ত্রটোৰ কার্য্প্র্্ণালী চালোঁ

पर्यायवाची : দেখা

अर्थ : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা

उदाहरण : চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে

पर्यायवाची : ধ্যান দিয়া

अर्थ : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা

उदाहरण : মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ

अर्थ : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা

उदाहरण : চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই

अर्थ : দৃষ্টি নিক্ষেপ কৰা

उदाहरण : দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে

पर्यायवाची : দেখা

चौपाल