सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
उदाहरण : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
पर्यायवाची : লাজ, সংকোচ
अर्थ : সকলোতকৈ আগত বা ওপৰৰ
उदाहरण : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে
पर्यायवाची : চূড়ান্ত, শী্র্ষ
अर्थ : শেষ সীমা পোৱা
उदाहरण : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে
पर्यायवाची : অন্তিম, শেষ
अर्थ : যি সকলোৰে পিছত হয়
उदाहरण : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
पर्यायवाची : অন্ত, অন্তিম, অন্ত্য, শেষ
अर्थ : যাৰ আগত বা অধিক আন কোনো নাই
उदाहरण : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে
पर्यायवाची : চূড়ান্ত, পৰম
इंस्टॉल करें