पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চৰম शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চৰম   বিশেষ্য

अर्थ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা

उदाहरण : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে

पर्यायवाची : লাজ, সংকোচ

চৰম   বিশেষণ

अर्थ : সকলোতকৈ আগত বা ওপৰৰ

उदाहरण : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে

पर्यायवाची : চূড়ান্ত, শী্র্ষ

अर्थ : শেষ সীমা পোৱা

उदाहरण : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে

पर्यायवाची : অন্তিম, শেষ

अर्थ : যি সকলোৰে পিছত হয়

उदाहरण : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে

पर्यायवाची : অন্ত, অন্তিম, অন্ত্য, শেষ

अर्थ : যাৰ আগত বা অধিক আন কোনো নাই

उदाहरण : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে

पर्यायवाची : চূড়ান্ত, পৰম

चौपाल