पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से চৰিত্র शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

চৰিত্র   বিশেষ্য

अर्थ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

उदाहरण :

पर्यायवाची : অভ্যাস, আত্মভাব, গুণ, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ

अर्थ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে

उदाहरण : নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে

पर्यायवाची : পাত্র

अर्थ : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়

उदाहरण : চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে

अर्थ : নাৰীৰ আব-হাৱা

उदाहरण : তেওঁ নি্র্মল গুণৰ অধিকাৰিণী

पर्यायवाची : গুণৰ অধিকাৰিণী, চাল-চলন, চালচলন

अर्थ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

उदाहरण : তেওঁ ্ লাজুক স্বভাৱৰ

पर्यायवाची : প্রকৃতি, মেজাজ, স্বভাৱ, স্বৰূপ

अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

उदाहरण : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

पर्यायवाची : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র

चौपाल