अर्थ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
उदाहरण :
তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
अर्थ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
उदाहरण :
সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
पर्यायवाची : চৰা
अर्थ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
उदाहरण :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
पर्यायवाची : টনা
अर्थ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
उदाहरण :
ঢোলবাদকে ঢোল চৰাইছে
अर्थ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
उदाहरण :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
पर्यायवाची : অভিলেপ কৰা, লগোৱা