पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ছটিওৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ছটিওৱা   বিশেষ্য

अर्थ : কোনো তৰল পদার্থ ছটিওৱা কার্য

उदाहरण : ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক

पर्यायवाची : সিঁচা

ছটিওৱা   ক্ৰিয়া

अर्थ : কোনো বস্তু ইফালে-সিফালে পেলোৱা

उदाहरण : চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে

पर्यायवाची : সিঁচা

अर्थ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা

उदाहरण : আঞ্জাত নিমখ ছটিয়াই দিয়া

पर्यायवाची : ছটিয়াই দিয়া

अर्थ : পানী আদিৰে মৰা চিটিকনি

उदाहरण : খেতিয়কে খেতিত ঔষধ ছটিয়াইছে

पर्यायवाची : ছিটিকনি মৰা

अर्थ : পানী ছটিওৱা কার্য

उदाहरण : ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে

पर्यायवाची : ছটিয়াই দিয়া

अर्थ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা

उदाहरण : ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে

पर्यायवाची : বর্ষণ ্কৰা

अर्थ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা

उदाहरण : খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে

पर्यायवाची : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা

चौपाल