सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ফল, বীজ আদিৰ আৱৰণ
उदाहरण : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
पर्यायवाची : ত্বক, বল্কল, বাকল, বাকলি
अर्थ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
उदाहरण : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
पर्यायवाची : চর্ম, ত্বক ্ চাম
अर्थ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
उदाहरण : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
पर्यायवाची : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক
अर्थ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়
उदाहरण : তেওঁ ্ চামৰাৰ কাম কৰে
पर्यायवाची : চর্ম, চামৰা, ্ লেডাৰ
इंस्टॉल करें