सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দোষ উলিওৱা ব্যক্তি
उदाहरण : দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
पर्यायवाची : ছিদ্রান্বেষক, দোষ-খোচৰা
अर्थ : আনৰ দোষ বিচাৰিফুৰোঁতা
उदाहरण : দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
पर्यायवाची : দোষ-খোচৰা, দোষদর্শী
इंस्टॉल करें