अर्थ : ছিৰিয়াৰ মূল অধিবাসী
उदाहरण :
কেইজনমান ছিৰিয়ান পর্যটক এই ্হোটেলত আছে
पर्यायवाची : ছিৰিয়া বাসী, ছিৰিয়া-বাসী, ছিৰিয়াবাসী
अर्थ : ছিৰিয়াৰ সৈতে সম্পর্ক ্থকা বা ছিৰিয়াৰ
उदाहरण :
মানুহৰ স্বার্থই ছিৰিয়ান সাম্রাজ্যৰ পতনৰ কাৰণ হৈ পৰিছিল