सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাঁইটযুক্ত বা অদৰকাৰী গছ-গছনিৰ সমূহ
उदाहरण : বনুৱাই পথাৰডৰাত জাৰণি-বন চফা কৰি আছে
पर्यायवाची : জঙ্ঘল, জাৰণি-বন
अर्थ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
उदाहरण : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
पर्यायवाची : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বন, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
अर्थ : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
उदाहरण : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
पर्यायवाची : অৰণ্য, বন
इंस्टॉल करें