सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
उदाहरण :
पर्यायवाची : অৱতাৰ, আৱির্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, ওপজা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
अर्थ : টোপনিৰ পৰা উঠা কার্য
उदाहरण : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে
पर्यायवाची : উঠা, শুই উঠা, সাৰ পোৱা
अर्थ : পশুৰ গর্ভৰ ্ পৰা পোৱালি হোৱা বা ওলোৱা
उदाहरण : পুৱাতে গাইজনীৰ এটা পোৱালি জগিল
पर्यायवाची : জনন কৰা, জন্ম দিয়া
इंस्टॉल करें