सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হুচ অনা বা চেতন সম্পন্ন কৰা
उदाहरण : হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা
अर्थ : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা
उदाहरण : মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে
अर्थ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
उदाहरण : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
पर्यायवाची : উঠোৱা
अर्थ : তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা
उदाहरण : অমাৱস্যাৰ ৰাতিত তান্ত্রিকে তন্ত্র-মন্ত্র জগাই তোলে
पर्यायवाची : জগাই তোলা, সাধনা কৰা
इंस्टॉल करें