अर्थ : জড় হোৱা অৱস্থা বা ভাব
उदाहरण :
জড় পদার্থত ্জড়তা পোৱা যায়
पर्यायवाची : অচেতনতা, চেতনহীনতা, চেতনাহীনতা, জড়ত্ব, জীৱনহীনতা
अर्थ : গতিহীন হোৱা অৱস্থা বা ভাব
उदाहरण :
গতিহীনতাৰ কাৰণে গছ-গছনিয়ে একে ঠাইতে স্থিৰ হৈ থাকে
पर्यायवाची : অচলতা, গতিশূন্যতা, গতিহীনতা, গতিৰাহিত্য, নিশ্চলতা, বেগহীনতা, স্থবিৰতা