सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানুহৰ সমষ্টি বা সমূহ
उदाहरण : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
पर्यायवाची : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ
अर्थ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
उदाहरण : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
पर्यायवाची : জনমানস, ৰাইজ
अर्थ : এজনতকৈ অধিক ব্যক্তি
उदाहरण : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
पर्यायवाची : জনগণ, জনমানস, লোক
अर्थ : পৃথিৱীত থকা লোক
उदाहरण : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
पर्यायवाची : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
अर्थ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
उदाहरण :
पर्यायवाची : জনগন, জনসাধাৰণ, প্রজা
इंस्टॉल करें