पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से জনা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

জনা   বিশেষ্য

अर्थ : জনাৰ কার্য

उदाहरण : নতুন আৱিস্কাৰবোৰৰ বোধগম্যতাৰ প্রয়োজন

पर्यायवाची : বুজা, বোধগম্যতা

জনা   ক্ৰিয়া

अर्थ : অভিজ্ঞ বা পৰিচিত হোৱা

उदाहरण : সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে

पर्यायवाची : জ্ঞাত হোৱা, জ্ঞান হোৱা

अर्थ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা

उदाहरण : মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ

पर्यायवाची : চিনি পোৱা

अर्थ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা

उदाहरण : মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ

पर्यायवाची : চিনি পোৱা

अर्थ : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা

उदाहरण : মই বোৱা-কটা জানো

अर्थ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা

उदाहरण : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ

पर्यायवाची : বুজি পোৱা

अर्थ : কিহবাৰ স্বভাৱ বা গুণ আদি জনা

उदाहरण : মই তেওঁক বুজিব পৰা নাই

पर्यायवाची : বুজা, বুজি পোৱা

चौपाल