सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বাঁহ বা পাতল কামিৰে সজা সৰু, গোলাকাৰ গোটোঙা পাত্র
उदाहरण : তেওঁ মূৰৰ ওপৰত পাচি লৈ পাচলি বেচি আছে
पर्यायवाची : টুকুৰী, পাচি, হোৰা
अर्थ : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
उदाहरण : এই বাকচটো কাপোৰেৰে ভৰি আছে
पर्यायवाची : চন্দুক, পেৰা, বক্স, বাকচ, বৰপেৰা
अर्थ : কাপোৰ, কাগজ আদিক ্ভাঁজ কৰি ৰখা কার্য
उदाहरण : তেওঁ ্ভালদৰে কাপোৰ জাপে
पर्यायवाची : সামৰা
अर्थ : কাপোৰ, কাগজ আদিৰ তৰপ কৰা কার্য
उदाहरण : শুই উঠিয়েই তেওঁ নিজৰ বিচনা চাদৰখন জাপিলে
पर्यायवाची : ভাঁজ কৰা
इंस्टॉल करें