सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পৃথিৱীৰ যি ভাগত পানী থাকে
उदाहरण : পৃথিৱীৰ প্রায় এক তৃতীয়াংশই জলীয় ধৰাতলেৰে আগুৰি আছে
पर्यायवाची : জলীয় ধৰাতল, জলীয়-ধৰাতল
अर्थ : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়
उदाहरण : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী
पर्यायवाची : অপ, অম্বু, অম্ভ, উদক, নীৰ, পানী, পয়, বাৰি, সলিল
इंस्टॉल करें